Latest Movie

Wednesday, October 11, 2017

১১৪ ছূৰা/ছুৰা/ছুৰাহ ৰ অৰ্থ

ছূৰা (আৰবী: سورة‎) হৈছেঃ ইছলামী পৰিভাষাত
মুছলিম সকলৰ ধৰ্মগ্ৰন্থ কোৰআনৰ একোটা অধ্যায়ৰ নাম। কিন্তু এইটো সাধাৰণ কিতাপৰ অধ্যায়ৰ নিচিনা নহয় বৰঞ্চ বিশেষভাৱে কেৱল কোৰআনৰ বৈশিষ্টৰ বাবেই ইয়াৰ উৎপত্তি। সেয়েহেই এইটো প্রকৃত অৰ্থত এটা কোৰআনিক পৰিভাষা; যাক কেৱল কোৰআনৰ দৃষ্টিকোণৰ পৰাই ব্যাখ্যা কৰিব পৰা যায়। কোৰআনৰ প্ৰথম ছূৰা হ'ল- 'আল ফাতিহা' আৰু শেষ ছূৰাৰ নাম হ'ল- 'আন-নাছ'। দীৰ্ঘতম ছূৰা হ'ল- 'আল বাকাৰা'। 'ছূৰা আত তাওবাহ'ৰ বাহিৰে সকলো ছূৰাৰ আৰম্ভনিতে আছে বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম। এটা ছূৰা বা ইয়াত অংশবিশেষ অৱতীৰ্ণ হোৱাৰ প্ৰেক্ষাপট বা ইতিহাসক কোৱা হয়- শ্বানে নুযূল।

কোৰআনৰ ছূৰা সমূহৰ তালিকাঃ
কোৰআনত সৰ্বমোট ১১৪টা ছূৰা আছে।কোৰআনৰ ছূৰাৰ অৱস্থানক্ৰম ইছলামৰ তৃতীয় খলিফা ওচমান (ৰাঃ)ৰ নেতৃত্বত নিম্নৰূপ নিৰ্ধাৰণ কৰা হয়। ছূৰা সমূহৰ নামৰ কাষত বন্ধনীৰ মাজত অসমীয়া অৰ্থ দিয়া হৈছে।
ছূৰাৰ ক্ৰমিক নংঅসমীয়া উচ্চাৰণনাম (আৰবী)অসমীয়াত নামৰ অৰ্থআয়াত সংখ্যাঅৱতীৰ্ণৰ স্থানঅৱতীৰ্ণৰ অনুক্ৰম
আল ফাতিহাالفاتحةসূচনামক্কা০০৫
আল বাকাৰাالبقرةচেউৰী২৮৬মদীনা০৮৭
আল ইমৰাণآل عمرانইমৰাণৰ পৰিয়াল২০০মদীনা০৮৯
আন নিছাالنّساءনাৰী১৭৬মদীনা০৯২
আল মায়িদাহالمآئدةখাদ্য পৰিৱেশিত টেবুল১২০মদীনা১১২
আল আন'আমالانعامগৃহপালিত পশু১৬৫মক্কা০৫৫
আল আৰাফالأعرافওখ স্থানসমূহ২০৬মক্কা০৩৯
আল আনফালالأنفالযুদ্ধত- লব্ধ সম্পদ৭৫মদীনা০৮৮
আত তাওবাহالتوبةঅনুশোচনা১২৯মদীনা১১৩
১০ইউনুছيونسনবী ইউনুছ১০৯মক্কা০৫১
১১হুদهودনবী হুদ১২৩মক্কা০৫২
১২ইউছুফيوسفনবী ইউছুফ১১১মক্কা০৫৩
১৩আৰ ৰদالرّعدবজ্ৰপাত৪৩মদীনা০৯৬
১৪ইব্ৰাহিমإبراهيمনবী ইব্ৰাহিম৫২মদীনা০৭২
১৫আল হিজৰالحجرশিলাময় পাহাৰ৯৯মক্কা০৫৪
১৬আন নাহলالنّحلমৌমাখি১২৮মক্কা০৭০
১৭বনী ইছৰাঈল/আল ইছৰাالإسراইজৰাইলৰ বংশধৰ১১১মক্কা০৫০
১৮আল কাহফالكهفগুহা১১০মক্কা০৬৯
১৯মাৰইয়ামمريمমাৰইয়াম (নবী ঈছা/যীশুৰ মা)৯৮মক্কা০৪৪
২০ত্বা হাطهত্বা-হা১৩৫মক্কা০৪৫
২১আল আম্বিয়াالأنبياءনবীসকল১১২মদীনা০৭৩
২২আল হাজ্জالحجّহজ্জ৭৮মদীনা১০৩
২৩আল মুমিনুনالمؤمنونমুমিনসকল১১৮মদীনা০৭৪
২৪আন নুৰالنّورজ্যোতি৬৪মদীনা১০২
২৫আল ফুৰকানالفرقانসত্য মিথ্যাৰ পাৰ্থক্য নিৰ্ধাৰণকাৰী গ্ৰন্থ৭৭মক্কা০৪২
২৬আশ্ব শ্বুআৰাالشّعراءকবিসকল২২৭মক্কা০৪৭
২৭আন নামলالنّملপৰুৱা৯৩মক্কা০৪৮
২৮আল কাছাছالقصصকাহিনী৮৮মক্কা০৪৯
২৯আল আনকাবুতالعنكبوتমকৰা৬৯মদীনা০৮৫
৩০আৰ ৰুমالرّومৰোমান জাতি৬০মদীনা০৮৪
৩১লুকমানلقمانএজন জ্ঞানী ব্যক্তি৩৪মক্কা০৫৭
৩২আছ সাজদাহالسّجدةছিজদাহ৩০মদীনা০৭৫
৩৩আল আহজাবالْأحزابজোট৭৩মদীনা০৯০
৩৪ছাবাسباৰাণী ছাবা৫৪মক্কা০৫৮
৩৫ফাতিৰفاطرআদি স্ৰষ্টা৪৫মক্কা০৪৩
৩৬ইয়াছিনيسইয়াছিন৮৩মক্কা০৪১
৩৭আছ ছাফ্‌ফাতالصّافاتশাৰীবদ্ধভাবে থিয় দিয়া১৮২মক্কা০৫৬
৩৮ছা'দصআৰবী বৰ্ণ৮৮মক্কা০৩৮
৩৯আজ-ঝুমাৰالزّمرদলবদ্ধ জনতা৭৫মক্কা০৫৯
৪০আল মুমিন/গাফিৰغافرবিশ্বাসী৮৫মক্কা০৬০
৪১ফুচ্ছিলাত/হা-মীম ছেজদাহفصّلتসুস্পষ্ট বিৱৰণ৫৪মক্কা০৬১
৪২আশ্ব শ্বুৰাالشّورىপৰামৰ্শ৫৩মক্কা০৬২
৪৩আজ-ঝুখৰুফالزّخرفসোণৰ আ-অলংকাৰ৮৯মক্কা০৬৩
৪৪আদ দুখানالدّخانধোঁৱা৫৯মক্কা০৬৪
৪৫আল জাছিয়াহالجاثيةআঁঠু লোৱা৩৭মক্কা০৬৫
৪৬আল আহক্বাফالأحقافবালিৰ পাহাৰ৩৫মক্কা০৬৬
৪৭মুহাম্মাদمحمّدনবী মুহাম্মাদ৩৮মদীনা০৯৫
৪৮আল ফাতাহالفتحবিজয় (মক্কা বিজয়)২৯মদীনা১১১
৪৯আল হুজুৰাতالحجراتবাসগৃহসমুহ১৮মদীনা১০৬
৫০ক্বাফقআৰবী বর্ণ ক্বাফ৪৫মক্কা০৩৪
৫১আজ জাৰিয়াতالذّارياتবিক্ষেপকাৰী বতাহ৬০মক্কা০৬৭
৫২আত তুৰالطّورপাহাৰ৪৯মদীনা০৭৬
৫৩আন নাজমالنّجْمতৰা৬২মক্কা০২৩
৫৪আল কামাৰالقمرচন্দ্ৰ৫৫মক্কা০৩৭
৫৫ৰহমানالرّحْمنপৰম কৰুণাময়৭৮মদীনা০৯৭
৫৬আল ওয়াকিয়াহالواقعةনিশ্চিত ঘটনা৯৬মক্কা০৪৬
৫৭আল হাদীদالحديدলোহা২৯মদীনা০৯৪
৫৮আল মুজাদালাহالمجادلةঅনুযোগকাৰিণী২২মদীনা১০৫
৫৯আল হাশ্বৰالحشْرসমাবেশ২৪মদীনা১০১
৬০আল মুমতাহিনাহالممتحنةনাৰী, যাক পৰীক্ষা কৰা হ'ব১৩মদীনা০৯১
৬১আছ ছাফالصّفّশাৰীবদ্ধ সৈন্যদল১৪মদীনা১০৯
৬২আল জুমুআالجمعةসম্মেলন/শুক্ৰবাৰ১১মদীনা১১০
৬৩আল মুনাফিকুনالمنافقونকপট বিশ্বাসীসকল/ভণ্ডলোক১১মদীনা১০৪
৬৪আত তাঘাবুনالتّغابنমোহ অপসাৰণ১৮মদীনা১০৮
৬৫আত তালাকالطّلاقতালাক১২মদীনা০৯৯
৬৬আত তাহৰীমالتّحريمনিষিদ্ধকৰণ১২মদীনা১০৭
৬৭আল মুল্কالملكসাৰ্বভৌম কৰ্তৃত্ব৩০মক্কা০৭৭
৬৮আল কালামالقلمকলম৫২মক্কা০০২
৬৯আল হাক্কাহالحآقّةনিশ্চিত সত্য৫২মক্কা০৭৮
৭০আল মাআৰিজالمعارجউন্নয়নৰ আৰোহন৪৪মক্কা০৭৯
৭১নুহنوحনবী নুহ২৮মক্কা০৭১
৭২আল জ্বিনالجنّজ্বিন সম্প্ৰদায়২৮মক্কা০৪০
৭৩আল মুজাম্মিলالمزّمّلবস্ত্ৰাচ্ছাদনকাৰী২০মক্কা০০৩
৭৪আল মুদ্দাচ্ছিৰالمدّشّرপোচাক পৰিহিত৫৬মক্কা০০৪
৭৫আল কিয়ামাহالقيامةপুনৰুত্থান৪০মক্কা০৩১
৭৬আদ দাহৰ/আল ইনছানالدَّهْرِমানুহ৩১মদীনা০৯৮
৭৭আল মুৰছালাতالمرسلتপ্ৰৰিত পুৰুষসকল৫০মক্কা০৩৩
৭৮আন নাবাالنّباমহাসংবাদ৪০মক্কা০৮০
৭৯আন নাজিয়াতالنّزعتপ্রচেষ্টাকাৰী৪৬মক্কা০৮১
৮০আবাছাعبسতেখেত ভ্ৰুকুটি কৰিলে৪২মক্কা০২৪
৮১আত তাকৱীৰالتّكويرঅন্ধকাৰাচ্ছন্ন২৯মক্কা০০৭
৮২আল ইনফিতাৰالانفطارবিদীৰ্ণ কৰা১৯মক্কা০৮২
৮৩আত মুতাফফিফীনالمطفّفينপ্ৰতাৰণা কৰা৩৬মক্কা০৮৬
৮৪আল ইন‌শ্বিকাকالانشقاقখন্ড-বিখন্ড কৰা২৫মক্কা০৮৩
৮৫আল বুৰূজالبروجনক্ষত্রপুঞ্জ২২মক্কা০২৭
৮৬আত তাৰিকالطّارقৰাতিৰ আগন্তুক১৭মক্কা০৩৬
৮৭আল আ'লাالأعلىসৰ্বোন্নত১৯মক্কা০০৮
৮৮আল গাশ্বিয়াহالغاشيةবিহ্বলকৰ ঘটনা২৬মক্কা০৬৮
৮৯আল ফজৰالفجرৰাতিপুৱা৩০মক্কা০১০
৯০আল বালাদالبلدনগৰ২০মক্কা০৩৫
৯১আশ্ব শ্বামছالشّمسসূৰ্য্য১৫মক্কা০২৬
৯২আল লাইলالليلৰাত্ৰি২১মক্কা০০৯
৯৩আদ দুহাالضحىপূৰ্বাহ্ণৰ সূৰ্য্যকিৰণ১১মক্কা০১১
৯৪আল ইনশ্বিৰাহالشرحবক্ষ প্রশস্তকৰণমক্কা০১২
৯৫ত্বীনالتينডুমুৰমক্কা০২৮
৯৬আলাকالعلقৰক্তপিন্ড১৯মক্কা০০১
৯৭কদৰالقدرমহিমান্বিতমক্কা০২৫
৯৮বাইয়্যিনাহالبينةসুস্পষ্ট প্ৰমাণমদীনা১০০
৯৯ঝিনঝালالزلزلةভূমিকম্পমদীনা০৯৩
১০০আল আদিয়াতالعادياتঅভিযানকাৰী১১মক্কা০১৪
১০১আল কাৰিয়াহالقارعةমহাসংকট১১মক্কা০৩০
১০২তাকাছুৰالتكاثرপ্ৰাচুৰ্যৰ প্ৰতিযোগিতামক্কা০১৬
১০৩আল আছৰالعصرসময়মক্কা০১৩
১০৪আল হুমাঝাহالهمزةপৰনিন্দাকাৰীমক্কা০৩২
১০৫আল ফীলالفيلহাতীমক্কা০১৯
১০৬আল কুৰাইশ্বقريشকুৰাইশ্ব গোত্ৰমক্কা০২৯
১০৭আল মাঊনالماعونসাহায্য-সহায়তামক্কা০১৭
১০৮আল কাউছাৰالكوثرপ্ৰাচুৰ্যমক্কা০১৫
১০৯আল কাফিৰূনالكافرونঅবিশ্বাসী গোষ্ঠীমক্কা০১৮
১১০আল নাছৰالنصرস্বৰ্গীয় সাহায্যমদীনা১১৪
১১১লাহাব/আল মাছাদالمسدজ্বলন্ত অঙ্গাৰমক্কা০০৬
১১২আল ইখলাছالإخلاصএকত্বমক্কা০২২
১১৩আল ফালাকالفلقঊষা কালমক্কা০২০
১১৪আন নাছالناسমানৱজাতিমক্কা০২১

No comments:

Post a Comment