[ Note: এই লিখনীত আল্লাহ / ঈশ্বৰ / সৃষ্টিকৰ্তা / God সমাৰ্থকৰূপে ব্যৱহাৰ কৰা হৈছে ]
প্রশ্ন ১। বিভিন্ন সময়ত নাস্তিকসকলে কওঁতে শুনা যায় যে আল্লাহৰ অস্তিতত্ব বিশ্বাস কৰা অন্ধবিশ্বাস মাথো। ঈশ্বৰ বিশ্বাস কি আচলতেই এটা আবেগীয় অনুভতি? ঈশ্বৰৰ অস্তিত্বৰ যুক্তিযুক্ততা আছে নে?
উত্তৰঃ নাস্তিকসকলে কয় থাকে সৃষ্টিকর্তাত বিশ্বাস ৰখা এটি অন্ধবিশ্বাস মাাথো। সিহঁতে কয়, যিহেতু আল্লাহক দেখা নাযায়, ধৰিব পৰা নাযায়, শুনিব পৰা নাযায়, যুক্তিৰে প্রমাণ কৰিব পৰা নাযায় – সেয়েহে আল্লাহ বুলিবলৈ একোৱেই নাই। কিন্তু বাস্তৱতে সৃষ্টিকর্তাৰ প্রতি বিশ্বাস আৰু সৃষ্টিকর্তাৰ উপসনা কৰা মানুহৰ জন্মগত স্বভাৱ। আৰু যদিও নাস্তিকসকলে নিজকে যুক্তিবাদী বুলি দাবী কৰে, কিন্তু প্ৰকৃততে সৃষ্টিকর্তাৰ অস্তিত্ব যুক্তিসহকাৰে প্রাচীন কালৰ পৰাই প্রমাণিত হৈ আহিছে।
বর্তমান আমি যি লজিক বা যুক্তিবিদ্যা পঢ়ো, তাৰ আৱিষ্কাৰক হ'ল প্রাচীন গ্রীকৰ পণ্ডিতসকল। গ্রীক ইতিহাসৰ সবাতোকৈ বিখ্যাত লজিছিয়ান বা যুক্তিবিজ্ঞানী আছিল প্লেটো আৰু তেঁওৰ ছাত্র এৰিস্টোটল, যিসকলে লজিকক formal discipline হিচাপে প্রতিষ্ঠিত কৰি গৈছে। আপুনি জানে নে এই দুজনেই সৃষ্টিকর্তাৰ অস্তিত্ব (সিহঁতৰ ভাষাত ‘unmoved mover’) বিশ্বাস কৰিছিল? এই দু’জনেই যুক্তি দিয়েই সৃষ্টিকর্তাৰ অস্তিত্ব প্রমাণ কৰি গৈছে। ইয়াৰ মাধ্যমে এইখিনি বুজিব পৰা গ'ল, যুক্তিবাদী(?) নাস্তিকসকলে যুক্তিবিদ্যাৰ পিতা / পিতাতুল্যসকলক নিজেই বিশ্বাস নকৰে।
এবাৰ আহঁক চাই লওঁ প্লেটোৰ যুক্তি কি আছিল। প্লেটো যি যুক্তিটো ব্যৱহাৰ কৰিছিল সেইটো হ'ল, Design Indicates Designer, অর্থাৎ – প্রতিটি নকস্কাৰেই নকস্কাকাৰী আছে। মহাগ্রন্থ কোৰআনত আল্লাহ ছুবহানাহু ওয়া তা’আলাই এই একেই যুক্তিৰেই বাৰে বাৰে অবিশ্বাসীসকলৰ ওচৰত স্রষ্টাৰ অস্তিত্ব প্রমাণ কৰিছে (যেনেকৈঃ ছূৰা আন’আম ৬:৯৯, ছূৰা ৰুম ৩০:২০-২৭)। উদাহৰণ দি বুজোৱা যাওঁক, আপুনি যদি সমুদ্র পাৰত এটা বালিৰ ঘৰ দেখে, আপুনি কি চিন্তা কৰিব? – বাহঃ কি সুন্দৰ এটা ঢৌ আহিছিল যিটোয়ে এটা বালিৰ ঘৰ তৈয়াৰী কৰি গুচি গ'ল? নে এইটো চিন্তা কৰিব যে নিশ্চয়ই ইয়াত কোনোবা মানুহ আহি এইটো বনাইছিল? কাক আপুনি যুক্তিবাদী ভাবে? এইটো সম্পূর্ণই অযৌক্তিক হ'ব যদি কোনোবাই কয়, যে সেই বালিৰ ঘৰ ভাগ্যক্রমে বা হাজাৰ হাজাৰ ঢৌৰ মিশ্রণত হৈছে। বৰঞ্চ সাধাৰণ বিচাৰ-বুদ্ধি সম্পন্ন যিকোনো মানুহে ক'ব যে সেই বালিৰ ঘৰটো নিশ্চয়ই কোনোবা নহয় কোনোবাই তৈয়াৰী কৰিছে। কাৰণ, প্রতিটো সৃষ্টিৰ পিছফালেই এজন স্রষ্টা থাকে। ঠিক একেইভাবে, এই মহাবিশ্ব আৰু ইয়াৰ ভিতৰৰ সকলো বস্তুৰ অৱশ্যেই এজন স্রষ্টা আছে বা থাকিবই।
এটা কলম নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, ফেচবুক নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, আইফেল টাওয়াৰৰ পৰা আৰম্ভ কৰি মনালিচা কোনো একোৱেই নিজে নিজে তৈয়াৰী হ'ব নোৱাৰে, তেতিয়াহ'লে ইমান নিয়মতান্ত্রিক, নিঁখুত মহাবিশ্ব ও মানৱজাতি কেনেকৈ নিজে নিজে তৈয়াৰী হ'ব পাৰে? এটা অণুৰ ভিতৰত চাওঁক আপুনি ডিজাইন দেখিবলৈ পাব, মহাকাশৰ ফালে চাওঁক আপুনি ডিজাইন দেখিবলৈ পাব। সূর্য যদি পৃথিৱীৰ আৰু ওচৰত থাকিলেহেঁতেন তেতিয়াহ'লে পৃথিৱী বহুত বেছি গৰম হৈ গ'ল হয়, পৃথিৱীৰ পৰা সূর্য অধিক দূৰত থাকিলে পৃথিৱী ঠাণ্ডা হৈ বসবাসৰ অনুপযুক্ত হৈ গ'ল হয়, সূর্য পৃথিৱীৰ পৰা ঠিক সিমানখিনি দূৰত্তত আছে যিমানখিনি দূৰত থাকিলে পৃথিৱীটো প্রাণী জীয়াই থকাৰ উপযুক্ত হ'ব, সৃষ্টিজগতৰ এই নিঁখুত স্থাপত্যই এইটো প্রমাণ কৰে যে এই সৃষ্টি জগত নিজে নিজেই সৃষ্টি হ'ব নোৱাৰে, নিশ্চয় ইয়াৰ পিছফালে এজন প্রবল পৰাক্রমশালী, অসীম ক্ষমতাধৰ, প্রজ্ঞাময় স্রষ্টা আছে। আল্লাহ্ ছুবহানাহু ওয়া তা’আলায়ে কোৰআন মজিদত প্রশ্ন কৰিছেঃ
সিহঁতে কি স্রষ্টাহীন সৃষ্টি? নে সিহঁতে নিজেই নিজক সৃষ্টি কৰিছে? নে সিহঁতে আকাশ ও পৃথিৱী সৃষ্টি কৰিছে? বৰঞ্চ সিহঁত নিশ্চিত বিশ্বাস নাৰাখে। – ছূৰা তুৰ (৫২:৩৫-৩৬)
প্রত্যেকটো মানুহেই এক আল্লাহৰ অস্তিত্বৰ স্বাভাৱিক অনুভূতি লৈ জন্ম লয়, জন্মৰ পৰাই মানুহে জানে যে আল্লাহ এক আৰু আল্লাহে বিচাৰে আমি তেখেতক ইবাদত কৰো – ইছলামৰ ভাষাত এই অনুভূতিক ‘ফিতৰাহ’ বুলে।
কি?, ‘ফিতৰাহ’ৰ ব্যাপাৰটো বিশ্বাস হোৱা নাই ন? বৈজ্ঞানিক প্রমান লাগিব? তেতিয়াহ'লে শুনক। University of Oxford ৰ Centre for Anthropology and Mind বিভাগৰ চিনিয়ৰ ৰিছার্চাৰ Dr. Justin Berrett য়ে দীর্ঘ ১০ বছৰ শিশুসকলৰ উপৰত বৈজ্ঞানিক গবেষনা কৰি কৈছেঃ (http://www.telegraph.co.uk/news/religion/3512686/Children-are-born-believers-in-God-academic-claims.html)
“Young people have a predisposition to believe in a supreme being because they assume that everything in the world was created with a purpose.”
“If we threw a handful (of babies) on an island and they raised themselves I think they would believe in God.”
প্রশ্ন ২। আচ্ছা বুজিলো এই সৃষ্টিজগত এজন স্রষ্টায়ে তৈয়াৰী কৰিছে, কিন্তু তেতিয়াহ'লে সেই স্রষ্টাৰ স্রষ্টা কোন?
উত্তৰঃ স্রষ্টাক কোনোবাই সৃষ্টি কৰিব পাৰে নে নাই– আহঁক এই বিষয়ে বিশ্লেষণ কৰো ।
উদাহৰণ-১
উদাহৰণ-২
কেতিয়াবা ডমিনোৰ খেলা দেখিছে? ডমিনোবোৰক এটাৰ পিছত এটা সজাই বাহিৰৰ পৰা ধাক্কা দিয়া হয় আৰু তাৰ effect আৰম্ভ হয়, এটাৰ পিছত এটাকৈ ডমিনো পৰি থাকে। সৃষ্টিৰ ক্ষেত্ৰতোও একেই কথা । এটা সৃষ্টিয়ে আনএটা সৃষ্টিৰ কাৰক়। এতিয়া, মই যদি আপোনাক কওঁ, কোনো বতাহ নাছিল, কোনেও ধাক্কাই দিয়া নাই, বহুতকেইটা ডমিনো সজাৱা আছিল আৰু কোনো বাহ্যিক বল অবিহনে এনেই এনেই ডমিনো এটাৰ উপৰত আৰুএটা পৰিবলৈ আৰম্ভ কৰিলে, আপুনি কি বিশ্বাস কৰিব? নকৰিব (নিউটনৰ ১ম সূত্র) । আৰু যিয়ে এই বাহ্যিক বল প্রয়োগ কৰিব সি অৱশ্যই ডমিনো হ'ব নোৱাৰে। কাৰণ সি ডমিনো হ'লে, অর্থাৎ সি process of creation ৰ অন্তর্ভুক্ত হ'লে তাক push কৰাৰ বাবে, অন্য কৰবাত তাক সৃষ্টি কৰাৰ বাবে অন্য কাৰোবাক লাগিব। অর্থাৎ, এই বাহ্যিক বল প্রয়োগকাৰী স্রষ্টাক সৃষ্টিৰ পৰা ভিন্ন প্রকৃতিৰ হ'ব লাগিব। সৃষ্টি যদি সসীম হয়, স্রষ্টা হ'ব অসীম; সৃষ্টি যদি অন্য সৃষ্টিৰ প্রয়োজন অনুভৱ কৰে, স্রষ্টা হ'ব চাহিদাৰ উর্দ্ধত; সৃষ্টি যদি ভুল প্রবণ হয়, স্রষ্টা হ'ব ভুলৰ উর্দ্ধত; সৃষ্টি যদি ক্ষণস্থায়ী হয়, স্রষ্টা হ'ব চিৰস্থায়ী। আৰু এই স্রষ্টা যিহেতু অসীম ক্ষমতাশীল, অনাদি, অনন্ত, সেয়েই এই নিচিনা স্রষ্টা মাত্র এজনেই থাকিব। কাৰণ, একাধিক অসীম ক্ষমতাশীল, অনাদি, অনন্ত স্রষ্টাৰ সহাৱস্থান অসম্ভৱ।
এই ছবিখন কোনে আঁকিছে? ইয়াৰ উত্তৰত এজন চিত্রশিল্পীৰ অস্তিত্ব থকা আৱশ্যক,
কিন্তু “চিত্রশিল্পীক কোনে আঁকিছে?” এই প্রশ্নটো অবান্তৰ কিয়নো
চিত্রশিল্পীৰ ক্ষেত্রত “আঁকা” নামক ক্রিয়াটো প্রযোজ্য নহয় ৷ সেয়ে
চিত্রশিল্পীৰ অংকিত হোৱাৰ প্রয়োজন নাই, অন্য কথাত “অংকিত নহয়”, এনেকোৱা
এজন অংকনকাৰী থকা সম্ভৱ৷ একেইভাবে “সৃষ্ট নহয়" এনেকোৱা এজন স্রষ্টা থকা
সম্ভৱ, সেয়ে বার্ট্রান্ড ৰাছেলৰ “হু ক্রিয়েটেড গড মাম?” এই প্রশ্ন কৰা
অযৌক্তিক, অবান্তৰ, মুর্খামী (বোকামী) ।
আৰু এটা উদাহৰণ দিয়া যাওঁক-
উদাহৰণ-২
কওঁক তেখেতেই আল্লাহ্, এক ও অদ্বিতীয়। সকলোৱেই তেখেতৰ মুখাপেক্ষী, তেখেত কাৰোৰ মুখাপেক্ষী নহয়। তেখেতে কাকো জন্ম দিয়া নাই আৰু তেখেতকো জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়।
– ছূৰা ইখলাছ (১১২:১-৪)
বাস্তৱতে, মহাবিশ্বৰ অস্তিত্বই প্রমাণ কৰে যে স্রষ্টাক কোনেও সৃষ্টি কৰা নাই। কাৰণ, মহাবিশ্বক যি স্রষ্টায়ে সৃষ্টি কৰিছে সেই স্রষ্টাক সৃষ্টি কৰিবলৈ যদি স্রষ্টা লাগে তেনেহলে আকৌ তাক সৃষ্টি কৰিবলৈ স্রষ্টা লাগিব, আকৌ সেই স্রষ্টাক সৃষ্টি কৰিবলৈ আন এজন স্রষ্টা লাগিব.. –আৰু এই প্রক্রিয়া চলিয়েই থাকিব আৰু যদি এয়াই সত্য তেতিয়াহ'লে কোনোদিনেই মহাবিশ্বৰ সৃষ্টি নহলেহেঁঁতেন। এই সুত্ৰৰ একমাত্র সমাধান হলঃ স্রষ্টাক কোনেও সৃষ্টি কৰা নাই, আৰু তেখেত সকলো সময়তেই আছিল। এই কথাই মহাগ্রন্থ কোৰআনত উল্লেখ আছে:
আল্লাহ্ – তেখেত অবিহনে আৰু কোনো উপাস্য নাই। তেখেত চিৰঞ্জীৱ, অনাদি। তেখেতক তন্দ্রা বা নিদ্রাই স্পর্শ নকৰে। আকাশ ও পৃথিৱীত যি আছে সকলোবোৰ তেখেতৰ। কোন আছে যে তেখেতৰ অনুমতি অবিহনে তেখেতৰ দৰবাৰত ওকালতি কৰিব? সিহঁতৰ (মানুহৰ) সন্মুখত ও পিছফালে যি-কিছু আছে তেখেতে জানে। তেখেতৰ অবিহনে তেখেতৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে, অৱশ্যে কোনো বিষয়ে তেখেতে নিজেই যদি কাৰোবাক জনাব বিচাৰে(সেয়া সুকিয়া কথা)। আকাশ ও পৃথিৱীব্যাপী তেখেতৰ শাসনৰ নিয়ন্ত্ৰাধীন, আৰু ৰক্ষণাবেক্ষণত তেখেত ক্লান্ত নহয়। তেখেত অত্যুচ্চ মহামহিম।
- ছূৰা বাক্বাৰাহ্ (২:২৫৫ – আয়াতুল কুৰছী)
উদাহৰণ-৩
সৃষ্টিকৰ্তাক কোনে সৃষ্টি কৰিছে? এই প্রশ্নৰ উত্তৰটো সাধাৰণতে অন্যএটা প্রশ্নৰ মাধ্যমেৰে দিব পৰা যায়। এনেকৈ যে, মোৰ বন্ধু "জন", সন্তান জন্ম দিয়াৰ বাবে হস্পিতালত ভর্তি হৈছে, হস্পিতালত এটি সন্তান জন্ম দিলে; আপুনি ক'ব পাৰিবনে সন্তানটো লৰা নে ছোৱালী?
?
?আপুনি কি ভাবিছে? সম্ভাৱনা ৫০% লৰাৰ ক্ষেত্ৰতো আছে একেদৰে ৫০% ছোৱালীৰ ক্ষেত্ৰতো আছে। আচলতে ইয়াত ঘটনাটো হ'ল- "জন" এজন পুৰুষ, তেওঁ কেনেকৈ সন্তান জন্ম দিব! যিহেতু তেওঁ পুৰুষ সেয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰে। সেয়ে এই প্রশ্ন কৰা ঠিক নহ'ব যে তেওঁৰ বাচ্চাটো লৰা নে ছোৱালী, এই প্রশ্নটো কৰাই উচিত নহ'ব!
কিন্তু কোনোবাই যদি প্রশ্ন কৰে আল্লাহক কোনে সৃষ্টি কৰিছে তেতিয়াহ'লে আমি কম, আল্লাহ তায়ালাৰ সংজ্ঞা হ'ল- আল্লাহক কোনেও সৃষ্টি কৰা নাই। তেখেত কাৰোৰ সন্তান নহয়, তেখেতক কোনেও জন্ম দিয়া নাই। যদি কোনো ইশ্বৰ সৃষ্টি হৈ থাকে তেতিয়াহ'লে সি প্রকৃত ইশ্বৰ নহয়। ইয়াৰ বাবেই আমি কওঁ যে ‘লা ইলাহা ইল্লাল্লাহ’। তেখেতৰ বাহিৰে কোনো ইলাহ নাই, তেখেত এক ও অদ্বিতীয়, তেখেত সৃষ্টি হোৱা নাই, তেখেতক কোনেও সৃষ্টিও কৰা নাই, তেখেতৰ আৰম্ভনীও নাই, শেষো নাই। তেখেতে সকলো বস্তুয়েই সৃষ্টি কৰিছে, সকলো বস্তুয়েই তেখেতৰ ওপৰত নির্ভৰ কৰে, তেখেত কাৰোৰ ওপৰত নির্ভৰ নকৰে।
প্রশ্ন ৩। মোৰ মতে মহাবিশ্ব নিজেই স্রষ্টা। ইয়াত কোনো সমস্যা আছে?
?
?আপুনি কি ভাবিছে? সম্ভাৱনা ৫০% লৰাৰ ক্ষেত্ৰতো আছে একেদৰে ৫০% ছোৱালীৰ ক্ষেত্ৰতো আছে। আচলতে ইয়াত ঘটনাটো হ'ল- "জন" এজন পুৰুষ, তেওঁ কেনেকৈ সন্তান জন্ম দিব! যিহেতু তেওঁ পুৰুষ সেয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰে। সেয়ে এই প্রশ্ন কৰা ঠিক নহ'ব যে তেওঁৰ বাচ্চাটো লৰা নে ছোৱালী, এই প্রশ্নটো কৰাই উচিত নহ'ব!
কিন্তু কোনোবাই যদি প্রশ্ন কৰে আল্লাহক কোনে সৃষ্টি কৰিছে তেতিয়াহ'লে আমি কম, আল্লাহ তায়ালাৰ সংজ্ঞা হ'ল- আল্লাহক কোনেও সৃষ্টি কৰা নাই। তেখেত কাৰোৰ সন্তান নহয়, তেখেতক কোনেও জন্ম দিয়া নাই। যদি কোনো ইশ্বৰ সৃষ্টি হৈ থাকে তেতিয়াহ'লে সি প্রকৃত ইশ্বৰ নহয়। ইয়াৰ বাবেই আমি কওঁ যে ‘লা ইলাহা ইল্লাল্লাহ’। তেখেতৰ বাহিৰে কোনো ইলাহ নাই, তেখেত এক ও অদ্বিতীয়, তেখেত সৃষ্টি হোৱা নাই, তেখেতক কোনেও সৃষ্টিও কৰা নাই, তেখেতৰ আৰম্ভনীও নাই, শেষো নাই। তেখেতে সকলো বস্তুয়েই সৃষ্টি কৰিছে, সকলো বস্তুয়েই তেখেতৰ ওপৰত নির্ভৰ কৰে, তেখেত কাৰোৰ ওপৰত নির্ভৰ নকৰে।
প্রশ্ন ৩। মোৰ মতে মহাবিশ্ব নিজেই স্রষ্টা। ইয়াত কোনো সমস্যা আছে?
উত্তৰঃ আপুনি নিশ্চয়ই বিগ ব্যাং থিউৰীত বিশ্বাস কৰে। বিগ ব্যাং থিউৰীৰ মতে এই মহাবিশ্বৰ এটা আৰম্ভনী আছে। পৃথিৱীৰ অন্যতম ডাঙৰ পদার্থবিজ্ঞানী স্টিফেন হকিং নিজেও তাৰ ওয়েবচাইটত এই সম্পর্কে লিখেছেঃ (http://www.hawking.org.uk/the-beginning-of-time.html)
The conclusion of this lecture is that the universe has not existed forever. Rather, the universe, and time itself, had a beginning in the Big Bang, about 15 billion years ago. – The Beginning of Time, Stephen Hawking
যাৰ আৰম্ভনীৰ পৰা তাৰ সৃষ্টি হোৱাৰোও এটা কাল থাকে, আৰু যি সৃষ্টি হয় - তাৰ অৱশ্যেই এজন স্রষ্টা থাকে। সেয়েই মহাবিশ্ব নিজে কেতিয়াও স্রষ্টা হ'ব নোৱাৰে। মহাবিশ্বক সৃষ্টি কৰাৰ বাবে এজন অনন্ত-অসীম, পৰম ক্ষমতাশীল স্রষ্টা লাগিব – আৰু সেই পৰম ক্ষমতাশীল স্রষ্টাই হ'ল- আল্লাহ্ ছুবহানাহু ওয়া তা’আলা।
অবিশ্বাসীসকলে কি ভাবি নাচায় যে, আকাশ ও পৃথিৱী ওতপ্রোতভাৱে লগ হৈ আছিল? তাৰপিছত মই উভয়ক পৃথক কৰি দিলো আৰু প্রাণবান সকলোকিছু পানীৰ পৰা সৃষ্টি কৰিলো। তথাপিও কি সিহঁতে বিশ্বাস নকৰিব?
– ছূৰা আম্বিয়া (২১:৩০)
References:
1. Does God exist? – Abdur Raheem Green(https://www.youtube.com/watch?v=0aCbrGqhoBc)
2. Who is your Lord? – Dr. Bilal Philips(http://youtu.be/ww9ORhhrGyA)
3. Fundamentals of Faith – Dr. Yasir Qadhi(http://www.youtube.com/watch?v=Pz1IrqgDhjI&feature=share&list=SPC30F4AE16515F031)
2. Who is your Lord? – Dr. Bilal Philips(http://youtu.be/ww9ORhhrGyA)
3. Fundamentals of Faith – Dr. Yasir Qadhi(http://www.youtube.com/watch?v=Pz1IrqgDhjI&feature=share&list=SPC30F4AE16515F031)
✏

Make a Decent Perfect Ace of Spades - TITIAN ART
ReplyDeleteShop TITIAN ART Decent titanium damascus knives Designs from TITIAN ART ➤ seiko titanium watch Brand New & Used titanium nipple bars Ace Of Spades with Free micro hair trimmer Shipping on orders nipple piercing jewelry titanium over $15.00!
o993n1achrt151 vibrators,vibrating dildos,dog dildo,dildo,Panty Vibrators,glass dildos,penis rings,realistic dildo,sex chair o431a6fdkiw772
ReplyDelete