মুছলিম সকলে কেনেকৈ ক্ষমতাত যাব প্রশ্ন নকৰি, আচলতে প্রশ্ন কৰা উচিত বর্তমানৰ মুছলিম সকল কি ক্ষমতা (=আল্লাহৰ সাহায্য) পোৱাৰ যোগ্য?

✏

=>
চিৰিয়াত মুছলিম সকলক গণহত্যা কৰা হৈছে, ফিলিস্তিনত বিগত প্রায়
৬৭ বছৰ ধৰিয়েই চলি আছে মুছলিম সকলৰ উপৰত নির্যাতন, ইৰাক, আফগানিস্তান,
চোমালিয়া, চেচনিয়া, বচনিয়া, মালি, আফ্রিকান বিভিন্ন দেশত, ভাৰতসহ প্রায়
সকলো দেশতেই মুছলিম সকল আজি নির্যাতিত। ইয়াৰ বাহিৰেও মুছলিম সকল আজি
আল্লাহৰ অবাধ্য, দ্বীনৰ পৰা বাহিৰহৈ, বহুতে
কাফেৰ-মুশ্বৰিক সকলৰ লগত
মিহলি হৈ গৈ আছে। আপুনি দেখি ধৰিবই নোৱাৰিব কোন গণেশ কার্তিক আৰু কোন
হাছান, কোন হুছাইন! কোন স্বৰস্বতী কোন আয়িশ্বাহ, ফাতেমা। নামধাৰী মুছলিম
সকলে অমুছলিম সকলৰ নিচিনাকৈ কপালত সিন্দুৰ, তিল চিহ্ন দিয়ে, ধুতি পিন্ধে,
মুর্তি-নিষিদ্ধ চবি আঁকে,মদ-চুৰি-ডকাইতত জৰিত, শ্বহীদ মিনাৰ স্মৃতি স্তম্ভ
বনাই মুশ্বৰিক সকলৰ নিচিনাকৈ ইটা পাথৰৰ পূজা কৰে, অলি আওলিয়া নাম দি মাযাৰ
বনাই পীৰৰ পূজা কৰে। এইসমূহক দেবতাৰ নিচিনাকৈ উপসনা কৰে…
এনেকোৱা আল্লাহদ্রোহীতাৰ কাৰণে মুছলিম সকলক আল্লাহে বিভিন্ন ভাবে
শাস্তি দি আছে। বাংলাদেশৰ ছাভাৰত এটা মাত্র বিন্ডিং ধসি প্রায় ১৫০০ মানুহ
মৃত্যুমুখত পৰে, সৌসিদিনা আফগানিস্থানত পাহাৰ ধসি অলপ সময়ৰ ভিতৰতেই গোটেই
গাৱৰ ২৫০০ তকৈ বেছি মানুহ নিহত হ'ল – এইবিলাক আল্লাহৰ গজব– কাৰণ মুছলিম
সকলৰ মাজত শ্বিৰক,বেদাত, হাৰাম, ফাচেকী সোমাই গৈছে। এনেকৈৱেই আজাব দি
মুছলিম সকলক দ্বীনত ঘুৰাই অনাৰ ব্যবস্থা কৰে আল্লাহ তাআ’লাই।
মহান আল্লাহ তাআ’লাই কয়ঃ
“আল্লাহে কোনো জাতিৰ অবস্থা পৰিবর্তন নকৰে, যেতিয়ালৈকে সিহঁতে সিহঁতৰ নিজৰ অবস্থা পৰিবর্তন নকৰে।”
(ছুৰা ৰা’দঃ আয়াত ১১)
আল্লাহ তাআ’লাই আৰু কয়ঃ
“তোমালোকৰ ভিতৰত যিসকলে ঈমান আনে(বিশ্বাস স্থাপন কৰে) ও ভাল কাম কৰে, আল্লাহে সিহঁতৰ লগত প্রতিচ্যুতি কৰিছে যে, সিহঁতক অবশ্যই পৃথিবীত শাসন কর্তৃত্ব দান কৰিব। যেনেকৈ তেখেতে শাসন কতৃত্ব দান কৰিছিল সিহঁতৰ পূর্বত যিসকলে ঈমানদাৰ(বিশ্বাসী) আছিল সিহঁতক আৰু তেখেতে অবশ্যই সুদৃঢ় কৰিব সিহঁতৰ ধর্মক, যি তেখেতে সিহঁতৰ বাবে পছন্দ কৰিছে আৰু সিহঁতৰ ভয়-ভীতিৰ পৰিবর্তে অবশ্যই সিহঁতক শান্তি দান কৰিব। সিহঁতে অকলমাত্র মোৰেই ইবাদত কৰিব আৰু মোৰ লগত কাকোও শ্বৰিক(সমতুল্য,তুলনা) নকৰিব।”
(আল্ কোৰআনঃ ছুৰা নূৰঃ ৫৫)
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামে কৈছেঃ
“যেতিয়া তোমালোকে ঈনা পদ্ধতিত (ব্যবসায়ৰ নাম দি কৌশলে সুদ খোয়াৰ এটা পদ্ধতি) কিনা-বেচা কৰিবা, গৰুৰ নেজ মজবুতকৈ ধৰি থাকিবা (অর্থাৎ পশু পালনত বেছি মনোযোগী হৈ যাবা), কৃষিকাম লৈয়েই সন্তুষ্ট থাকাবা আৰু জিহাদ পৰিত্যাগ কৰিবা তেতিয়া আল্লাহে তোমালোকৰ উপৰত অপমান জপাই দিব। যেতিয়া লৈকে নহয় তোমালোক তোমালোক “দ্বীনত” প্রত্যাবর্তন কৰিবা তেতিয়ালৈকে তোমালোকৰ উপৰৰ পৰা সেই অপমান উঠাই লোয়া নহ'ব।”
(হাদিছটো ছহীহ, ছিলছিলাতুল আহা’দিছ আছ-ছহীহা’হঃ ১১)
বাস্তবিকতে
দেখা যায় যে, বর্তমানে মুছলিম সকলৰ উপৰত বহুত দুঃখ দুর্দশা আহিছে,
লাঞ্চনা-গঞ্জনা, কাফেৰ সকলৰ পক্ষৰ পৰা নির্যাতন ও অপমানৰ চিকাৰ হৈছে মুছলিম
সকল, বিভিন্ন আকাশী-পৃথিবী মুচীবত আহিছে মুছলিমসকলৰ উপৰত,
যেনেকৈ -
১. ইন্দোনেচিয়াৰ চুনামিত লক্ষাধিক মানুহ পানিত ডুবি নিহত২. বাংলাদেশৰ ছাভাৰত বিন্ডিং ধ্বসি প্রায় ১৫০০ মানুহ নিহত৩. আফগানিস্তানত ভূমিধ্বসি খুব কম সময়ৰ ভিতৰতেই প্রায় ২৫০০ মানুহ মাটিৰ চাপত নিহত৪. বার্মা, ভাৰতৰ গুজৰাট, অসম, আফ্রিকাৰ বিভিন্ন দেশত, মিচৰ, চিৰিয়াসহ বিশ্বৰ বিভিন্ন দেশৰ মুছলিম সকলক গণহত্যা, খুন, ধর্ষণ, ঘৰৰ পৰা উচ্ছেদ ইত্যাদি।
এই সকলোৱেই হৈছে- মুছলিম সকলৰ পাপৰ ফল।
মুছলিম সকলক আল্লাহ তাআ’লাই বিশেষ দায়িত্ব দি পৃথিবীত পঠিয়াইছে (আল্লাহৰ
ইবাদত কৰা, মানুহক সেইদিশত আহবান কৰা…) সেইটো সিহঁতে কৰা নাই – ইয়াৰ
ফলতেই সিহঁতৰ উপৰত অপমানৰ বোজা চপাই দিছে আল্লাহে। এই অপমানৰ ও আজাবৰ চিকাৰ
হৈয়ো যিসকলে নিজক সংশোধন নকৰিব, পাপাচাৰ ও অবাধ্যতাত লিপ্ত থাকিব,
আল্লাহে সিহঁতৰ ওপৰৰ পৰা দ্বীনক কাড়ি লৈ সিহঁতৰ পৰিবর্তে অন্য জাতিক আনিব।
যেনেকৈ আমি দেখিব পাৰো আন্দালুচ বা স্পেনত। এক সময়ত সেইঠাইত মুছলিমসকলৰ
ৰাজত্ব আছিল, কিন্তু সেইঠাইৰ মুছলিমসকলে দ্বীনক পাহৰি দুনিয়াক লৈ ব্যস্ত
হৈ পৰিছিল, ইমাম ইবনে হাজম ৰাহিমাহুল্লাহে কৈছে, মুছলিম সমাজৰ অবস্থা
ইমানেই বেয়া হৈ গৈছিল যে, ছোৱালীসকলে প্রকাশ্যে সিহঁতৰ কপালত টকাৰ অংক
লিখি ৰাখিছিল। এটাৰ পিছত এটা মুছলিম দেশৰ পতন হৈছিল – মুছলিমসকলে আল্লাহৰ
দ্বীনত ঘূৰি নাহি পাপাচাৰত লিপ্ত আছিল। সিহঁতৰ আল্লাহদ্রোহীতা ও সীমা লংঘনৰ
বাবে চাৱক – আজি স্পেনত স্থানীয় মুছলিম নাই বুলিলেও ভুল নহ'ব, সেইঠাইৰ
মছজিদ সমূহ হৈ গৈছে যাদুঘৰ লৈ!
আজিৰ বিশ্বৰ বিভিন্ন মুছলিম দেশসমূহত লক্ষ্য কৰি চাৱক–
১.
কৌটি কৌটি মানুহে কবৰ মাযাৰ পূজা, পীৰ পূজাত লিপ্ত। ছূফীবাদৰ শ্বিৰক,
বেদাত ও কুসংস্কাৰত ডুবি আছে সমাজৰ লোকসকলে। আনকি বহুত মুছলমান আছে যিসকলৰ
আকীদা আচলতে কাফেৰ মুশ্বৰিকসকলৰ নিচিনাই। যেনেকৈ ৰাছূল(ছাঃ)য়ে কৈছে, আমাৰ
উম্মতৰ এটা অংশ মুশ্বৰিক সকলৰ লগত মিহলি হৈ যাব, সিহঁতে মূর্তি পূজা কৰিব।
২.
দেশ চলি আছে খ্রীস্টান আব্রাহাম লিংকনৰ গণতন্ত্র, নাইবা নাস্তিক কার্ল
মার্ক্স, লেলিনৰ সমাজতন্ত্র, জাতীয়তাবাদ সহ বিভিন্ন ইছলামবিৰোধী মানবৰচিত
মতবাদ, আইন ও সংবিধান দি। (আল্লাহৰ আইনৰ বিপৰীতে মানব ৰচিত আইন=কুফুৰী,
শ্বিৰক)।
৩. অধিকাংশ মানুহেই হৈছে বেনামাজী ।
৪. ৰাস্তাঘাটত, প্রত্যেক মোড়তেই সুদী ব্যংক বা এনজিওৰ ব্রাঞ্চ, মদৰ দোকান।
৫. ৰাস্তা-ঘাটত প্রকাশ্যে খুন কৰিছে, অত্যাচাৰী, জালেম সম্প্রদায়ৰ কোনো বিচাৰ নাই।
৬. বেহায়া, বেপর্দা, অর্ধনগ্ন নাৰী, সিহঁতে পতিতা শ্রেণী নাৰীসকলক
(দেশি-বিদেশী নায়িকা,গায়িকা) অনুকৰণ কৰে (জীবনযাত্রা, চালচলন, কাপোৰ পৰিধানত)।
৭. স্কুল কলেজ, অফিচ ৰাস্তা-ঘাট সহ গোটেই সমাজ ব্যবস্থাত যিনা ব্যভিচাৰ, পৰকীয়া, অশ্লীলতাৰ ব্যপকতা।
যিমানদিন লৈকে নহয় মুছলিমসকলে নিজক সংশোধন কৰিব, দ্বীনক
প্রতিষ্ঠিত কৰিব সিমানদিন লৈকে সিহঁতৰ সমস্যাৰ সমাধান নহ'ব। আকৌ একশ্রেণীৰ
মানুহে যিটো ভাবে, দ্বীন প্রতিষ্ঠা মানে মাত্র ৰাষ্ট্রীয়ভাবে ইছলামী আইন
আৰম্ভ কৰা – নহয়, কোৰআন,হাদীচত মাত্র খলিফা, চুলতান, প্রেচিডেন্ট,
প্রধানমন্ত্রীক সংশোধন কৰিলেই সমস্যাৰ সমাধান হৈ যাব বুলি কোৱা হোৱা নাই,
বৰং কোৱা হৈছে – জাতিৰ পৰিবর্তন, মুছলিম জাতি দ্বীনলৈ অহা।
✏
No comments:
Post a Comment